variable star (English)
    Contributed by: Webmaster-II on 2017-09-20
    Ref: বিজ্ঞানকোষ প্ৰথহম খণ্ড
    1. Astronomy(Material Noun-Neuter) a star whose brightness as seen from earth (its apparent magnitude) fluctuates নিৰ্গত হোৱা পোহৰৰ পৰিমাণ এক নিৰ্দ্দিষ্ট সময়ৰ ব্যৱধানত পৰিবৰ্তন হোৱা নক্ষত্ৰ৷ ধ্ৰুৱতৰা, বেটেলগিউজ আদি এইধৰণৰ নক্ষত্ৰ৷